Type Here to Get Search Results !

নৈঃশব্দ্য

0
  নৈঃশব্দ্য ॥
               
ৰঞ্জুমণি মহন্ত ॥

নিশাৰ নৈঃশব্দ্যৰে
বৈ অহা, 
অনুভৱৰ  উমাল স্পৰ্শত 
মোৰ শব্দই সাৰ পায় ।  
উদুলি-মুদুলি 
হৃদয়ৰ পদূলিত 
মুঠি মুঠি জোনাক 
সিঁচি থৈ যায় ।



Post a Comment

0 Comments