Type Here to Get Search Results !

॥অনুভৱৰ এটা স্তৱক ॥

0
অনুভৱৰ এটা স্তৱক ॥
           .ৰঞ্জুমণি মহন্ত ।

হাতত সাৰে ভৰিত সাৰে 
মোৰ চেতনাত
এক স্বপ্নৰ নিৰৱ আগমন
দলদোপ হেন্দোলদোপ হৃদয়ত 
অনুভৱৰ মিঠা আলোড়ন ।
------------------------

Post a Comment

0 Comments